বিগত বৰ্ষৰ ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে চৰকাৰৰ সপক্ষত দিছিল ৰায় । ৰায়দান কৰি আদালতে স্পষ্ট কৰিছিল চৰকাৰৰ এই অধিকাৰ আছে, এই ৰায়দান পুনৰীক্ষণৰ বাবে দাখিল হৈছিল ভালেকেইখন আবেদন । পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে নাকচ কৰে সকলো পুনৰীক্ষণ আবেদন । মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠন হৈছিল ৫জনীয়া সাংবিধানিক বিচাৰপীঠ । আদালতে লগতে স্পষ্ট কৰে যে পূৰ্বৰ ৰায়দানত কোনো ত্ৰুতি নাই আৰু পুনৰীক্ষণৰ প্ৰয়োজন নাহে।