নিউজ ডেস্ক,২৪ ডিচেম্বৰঃ নৱবৰ্ষৰলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ২০২৫ বৰ্ষত ভাগ্য উদয় হ’ব পাৰে আপোনাৰো । নতুন বৰ্ষত ৫টা ৰাশিৰ জাতক – জাতিকাৰ বাবে ‘বাবা ভাংগাৰে’ কৰিছে কেইটামান গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বানী । আপোনালোকৰ বাবে নতুন বৰ্ষৰ আৰম্ভণিৰ পূৰ্বেই লৈ আনিছো বাবা ভাংগাৰ এই ভৱিষ্যদ্বানী । বাবা ভাংগাৰ ভৱিষ্যদ্বানী অনুযায়ী ২০২৫ বৰ্ষটো লাভজনক হ’ব তলত উল্লেখ কৰা ৰাশি কেইটাৰ জাতক – জাতিকাৰ বাবে ।
মেষ ৰাশিঃ– সকলো ধৰনৰ সপোন ধৰনৰ সপোন পূৰণ হোৱাৰ সম্ভাৱনা। হাতত থাকিব ধন । সফলতাৰ ক্ষেত্ৰত ২০২৫ বৰ্ষটো ভাল হ’ব ।
বৃষ ৰাশিঃ– এই ৰাশিৰ জাতক – জাতিকা সকলৰ আৰ্থিক অৱস্থা উন্নত হ’ব । বিনিয়োগৰ সুযোগ পাব । সফলতাৰ ক্ষেত্ৰতো ভাল ফল পাব ।
মিথুন ৰাশিঃ– ২০২৫ বৰ্ষটো অতি সুন্দৰ হ’ব। কৰ্মক্ষেত্ৰত ডাঙৰ সফলতা লাভ । আৰ্থিক অৱস্থা উন্নতি । ভৱিষ্যত সুৰক্ষিত কৰাৰ এক সোনালী সুযোগ পাব ।
কৰ্কট ৰাশিঃ– এই ৰাশিৰ জাতক – জাতিকাসকলৰ বাবে ২০২৫ বৰ্ষটো অভাৱনীয় সুযোগ আহিব । কঠোৰ পৰিশ্ৰমৰ ফল পাব ।
কুম্ভ ৰাশিঃ– বাবাৰ মতে, অই ৰাশিৰ জাতক – জাতিকাসকলৰ বাবে নৱবৰ্ষটো সুন্দৰ হ’ব সকৰ্ম জীৱনত সফলতা লাভ কৰিব ।
উল্লেখ্য যে,বুলগেৰিয়াৰ বাবা ভাংগাৰ কথা পৃথিৱীৰ সকলোৱে জানে । সময়ে সময়ে বহু কেইটা ভৱিষ্যদ্বানী শুদ্ধ আৰু সঁচা বুলি প্ৰমাণ দি আহিছে বাবা ভাংগাই ।