নিউজ ডেস্ক:৩১ ডিচেম্বৰ-শেহতীয়াকৈ ADRৰ প্ৰতিবেদনত প্ৰকাশ পাইছে দেশৰ ধনাঢ্য মন্ত্ৰীৰ তালিকা । শীৰ্ষত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্রবাবু নাইডু । নাইডু ৯৩১ কোটি বিশাল সম্পত্তি গৰাকী । দ্বিতীয়তে অৰুণাচল প্রদেশ মুখ্যমন্ত্ৰী পেমা খাণ্ডু । পেমা খাণ্ডুৰ ৩৩২ কোটিৰ গৰাকী । কর্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াৰ ৫১ কোটিৰ গৰাকী । নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ ৪৬ কোটিৰ মালিক ।
মধ্যপ্রদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ ৪২ কোটিৰ মালিক । পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰঙ্গাস্বামী ৩৮ কোটি গৰাকী । তেলেংগনাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী ৩০ কোটি টকা মালিক । ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ সম্পত্তি ২৫ কোটি টকা । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ ১৭ কোটি টকাৰ গৰাকী । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ১৪ কোটিৰ মালিক ।